আজি ৩০ জুলাই

➡️১৯৭৩ চনৰ আজিৰ দিনটোতে মহীশূৰৰ নাম সলনি কৰা হৈছিল। নতুন নাম কৰ্ণাতক।
➡️২০০০ চনৰ এই দিনটোতে বীৰাপ্পানৰ দ্বাৰা প্ৰসিদ্ধ কানাড়া অভিনেতা ৰাজকুমাৰক অপহৰণ।
➡️২০০৩ চনৰ ৩০ জুলাই তাৰিখে চি পি আই নেতা ফণী বৰাৰ মৃত্যু হৈছিল।
➡️১৯৯১ চনৰ আজিৰ দিনটোতে ইংৰাজ কবি টমাছ গ্ৰেৰ মৃত্যু হৈছিল।
➡️১৭৮৪ চনৰ এই দিনটোতে আধুনিক ফৰাচী বিশ্বকোষৰ অন্যতম ৰূপকাৰ ডেনিছ ডিডেৰৰ মৃত্যু হৈছিল।
➡️১৯৯০ চনৰ ৩০ জুলাই তাৰিখে বিশিষ্ট শিল্পপতি, বিৰলা গোষ্ঠীৰ অন্যতম প্ৰতিষ্ঠাপক মাধৱ চন্দ্ৰ বিৰলাৰ মৃত্যু হৈছিল।
➡️১৮৯৮ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ ৰাষ্ট্ৰনায়ক অটো ভন বিছমাৰ্কৰ মৃত্যু হৈছিল।
➡️২০০৭ চনৰ এই দিনটোতে ছুইডেনৰ যশস্বী চলচ্চিত্ৰ পৰিচালক ইংগমাৰ বাৰ্গমেনৰ ৮৯ বছৰ বয়সত মৃত্যু হৈছিল।
➡️১৯২৬ চনৰ আজিৰ দিনটোতে সাহিত্যিক পদ্ম বৰকটকীৰ জন্ম হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.