ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত
১৬ জুন,বুধবাৰৰ পৰা ৰাজ্যত নতুন SOP ঘোষণা।
হাফলঙত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিলে নতুন ক’ভিড নীতি
????ৰাজ্যৰ ৮ জিলাত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ ১২ ঘন্টীয়া কঠোৰ সান্ধ্য আইন
????চৰাইদেউ, মাজুলী,বঙাইগাঁও, চিৰাং,পশ্চিম কাৰ্বি আংলং,ওদালগুৰি,দক্ষিণ শালমাৰা আৰু ডিমা হাছাওত বলৱৎ হ’ব ১২ ঘন্টীয়া কাৰ্ফিউ
????গুৱাহাটীত দুপৰীয়া ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন
????আন জিলা সমুহত বাহাল থাকিব বৰ্তমানৰ SOP
???? নগৰ অঞ্চলৰ ৫% আৰু চহৰ অঞ্চলৰ ১০% হ’ব কন্টেইনমেন্ট জ’ন
????কাছাৰ, তিনিচুকীয়া,ডিব্ৰুগড়,শোণিতপুৰ আৰু নগাঁৱত অধিক কঠোৰ হ’ব সান্ধ্য আইন
????২২ জুনৰ পুৱা ৫ বজালৈকে বন্ধ থাকিব আন্তঃজিলা পৰিবহন ব্যৱস্থা
????সকলো ধৰ্মীয় অনুষ্ঠান, বজাৰ-সমাৰ বন্ধ থাকিব
???? মৃতকৰ শেষকৃত্যত উপস্থিত থাকিব পাৰিব সৰ্বাধিক ১০ গৰাকী লোক
???? ২২ জুনৰ পুৱা ৫ বজালৈ বাহাল থাকিব নতুন SOP