গোৱালপাৰা আৰক্ষীৰ জালত পুনৰ জেহাদী। বঙাইগাঁও জিলাৰ কাৱাইটাৰীৰ পৰা মুফটি হাফিজুল নামৰ জেহাদীটোক গ্ৰেপ্তাৰ কৰে গোৱালপাৰা আৰক্ষীয়ে । জেহাদীটোক প্ৰথমে আৰক্ষীয়ে সোধপোচৰ কাৰণে আটক কৰাৰ পাছত জেহাদী কাৰ্যকলাপত জড়িত থকাৰ বিষয়ে নিশ্চিত হৈ অৱশেষত আজি গ্ৰেপ্তাৰ কৰে। এই পৰ্যন্ত গোৱালপাৰা আৰক্ষীয়ে চতুৰ্থটো জেহাদীক গ্ৰেপ্তাৰ কৰিলে। জানিব পৰা মতে গ্ৰেপ্তাৰ হোৱা জেহাদীটো বঙাইগাঁও জিলাৰ কাৱাইটাৰী মাদ্ৰাছাৰ শিক্ষকৰূপে কৰ্মৰত আছিল।।

You might also like
Leave A Reply

Your email address will not be published.