➡️আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস।
➡️১৯০৪ চনৰ আজিৰ দিনটোতে অসমৰ সমবায় সমিতি
‘শ্বিলং সমবায় টাউন বেংক’ প্ৰতিষ্ঠা কৰা হৈছিল।
➡️১৯১৬ চনৰ ১৩ ছেপ্টেম্বৰত এনি বেছাণ্টে ভাৰতত হোমৰুল লীগ প্ৰতিষ্ঠা কৰিছিল।
➡️লিবিয়াৰ আজিজিয়াত তাপমাত্ৰা ৫৭.৭ ডিগ্ৰী চেলছিয়াছ হৈছিল ১৯২২ চনৰ ১৩ ছেপ্তেম্বৰত। ইয়েই এতিয়ালৈকে পৃথিৱীৰ সৰ্বোচ্চ তাপমাত্ৰা।
➡️১৯৪৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় সেনাই নিজামৰ ৰাজ্য হায়দৰাবাদ দখল কৰিছিল।
➡️১৯৭১ চনৰ ১৩ ছেপ্তেম্বৰত চীনৰ সামৰিক বাহিনীৰ প্ৰধান তথা চীনৰ কমিউনিষ্ট পাৰ্টীৰ বিশিষ্ট নেতা লিন পিয়াত্তৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল।
➡️১৯৯২ চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
➡️সাহিত্যিক মহেশ্বৰ নেওগৰ মৃত্যু হৈছিল ১৯৯৫ চনৰ ১৩ ছেপ্তেম্বৰত।
➡️১৯৯৬ চনৰ আজিৰ দিনটোতে লোকসভাত লোকপাল বিধেয়ক গৃহীত হৈছিল।
➡️২০০৩ চনৰ আজিৰ দিনটোতে…
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৩ ছেপ্টেম্বৰ
Prev Post
Next Post
You might also like