মহানগৰীৰ লালগণেশত নিশা বিধ্বংসী অগ্নিকাণ্ড। হঠাৎ দপদপাই জ্বলি উঠিল এখন দোকানঘৰ। অগ্নিকাণ্ডত ৪ খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত। জুইত জাহ যায় কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী। নিমিষতে জুইৰ লেলিহান শিখাই আৱৰি ধৰে সমগ্ৰ অঞ্চল। এখন পাণ দোকানৰ পৰাই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ। অগ্নিনিৰ্বাপক বাহিনীৰ ৫খনকৈ বাহনৰ তৎপৰতাত নিৰ্বাপিত জুই।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
You might also like