উত্তৰাখণ্ডত ভয়ংকৰ ভূমিস্খলন। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে খহি পৰিল পাহাৰ। উত্তৰাখণ্ডৰ ১০৯ নং ঘাইপথত সংঘটিত হয় এই ঘটনা। কেমেৰাত বন্দী হ’ল ভূমিস্খলনৰ শিহৰণকাৰী দৃশ্য। সৌভাগ্যক্ৰমে ৰক্ষা পৰে পথটোৰে যাতায়ত কৰা বাহনসমূহ। মুষলধাৰ বৰষুণৰ ফলতে সংঘটিত হয় এই ঘটনা।

Recover your password.
A password will be e-mailed to you.
উত্তৰাখণ্ডত ভয়ংকৰ ভূমিস্খলন। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে খহি পৰিল পাহাৰ। উত্তৰাখণ্ডৰ ১০৯ নং ঘাইপথত সংঘটিত হয় এই ঘটনা। কেমেৰাত বন্দী হ’ল ভূমিস্খলনৰ শিহৰণকাৰী দৃশ্য। সৌভাগ্যক্ৰমে ৰক্ষা পৰে পথটোৰে যাতায়ত কৰা বাহনসমূহ। মুষলধাৰ বৰষুণৰ ফলতে সংঘটিত হয় এই ঘটনা।
You're visiting the official website of NEBharat24. NEBharat24 is a digital media platform based Guwahati, Assam that brings you latest updates from the entire North Eastern region of India along with various news from National and International scenario.
Prev Post
Next Post