ক’ভিড আপডেট

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৩৬ গৰাকী লোক। আক্ৰান্ত সকলৰ ১৪ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ৩ গৰাকী ডিব্ৰুগড় জিলাৰ, ৩ গৰাকী গোৱালপাৰা জিলাৰ, ৩ গৰাকী ওদালগুৰি জিলাৰ আৰু ২ গৰাকী বিশ্বনাথ জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ২.১৪ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৫ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৪,৯১২ গৰাকী । পজিটিভিটিৰ হাৰ ১.৬২ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭১ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৪৪,৪৩৬ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.