আজি ১৪ এপ্ৰিল

▶️আজি অগ্নিসেৱা দিৱস।
▶️আজি আম্বেদকাৰ জয়ন্তী।
▶️১৬২৯ চনৰ আজিৰ দিনটোতেই নেডাৰলেণ্ডছৰ গণিতজ্ঞ, পদাৰ্থবিদ খ্ৰীষ্টিয়ান হাইজেন্সৰ জন্ম হৈছিল।
▶️১৮৮৯ চনৰ এই দিনটোতেই ইংৰাজ ইতিহাসবিদ আৰ্নল্ড যোচেফ টয়নবিৰ জন্ম হৈছিল।
▶️১৮৯১ চনৰ এই দিনটোতেই ভাৰতীয় ৰাজনীতিবিদ, দেশৰ সংবিধানৰ প্ৰণেতা ভীমৰাও ৰামজী আম্বেদকাৰৰ জন্ম হৈছিল।
▶️১৯৫৮ চনৰ এই দিনটোতেই স্পুটনিক-২ৰ বিনাশ।
▶️১৬৬২ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰসিদ্ধ অভিযন্তা তথা ৰাজনীতিবিদ এম বিশ্বেশ্বাৰায়াৰ মৃত্যু হৈছিল।
▶️১৯৬৩ চনৰ আজিৰ দিনটোতেই ৰাহুল সাংকৃত্যায়নৰ মৃত্যু হৈছিল।
▶️১৯৮৭ চনৰ এই দিনটোতেই ভাৰতৰ তৃতীয় দীৰ্ঘতম পথদলং (৩.০৫ কিলোমিটাৰ) ব্ৰহ্মপুত্ৰৰ ওপৰৰ কলিয়াভোমোৰা দলং মুকলি।
▶️২০০৫ চনৰ এই দিনটোতেই শিক্ষাবিদ, সাহিত্যিক উমাকান্ত শৰ্মাৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.