Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Assam
আজিৰ কেবিনেটৰ মূল সিদ্ধান্ত সমূহ
ৰাজ্য চৰকাৰৰ আজিৰ কেবিনেটৰ সিদ্ধান্ত
▶️২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব দশম শ্ৰেণীৰ পাঠদান▶️৩০ গৰাকী ছাত্ৰ-ছাত্ৰীক লৈ আৰম্ভ হ'ব এই!-->!-->!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত ০.৭২ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ৪৪৪ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৮ জনৰ। গুৱাহাটী!-->!-->!-->…
Read More...
Read More...
ঢেকিয়াজুলিত ৰাক্ষসমাৰী আৰক্ষীৰ বৃহৎ সাফল্য
ঢেকিয়াজুলিৰ ৰাক্ষসমাৰী আৰক্ষীৰ বৃহৎ সফলতা।কালি নিশা ৰাক্ষসমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক দিলীপ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান!-->…
Read More...
Read More...
আজি ১৬ ছেপ্টেম্বৰ
➡️ ১৭৩৬ চনৰ আজিৰ দিনটোতে জাৰ্মান পদাৰ্থ-বিজ্ঞানী গেব্ৰিয়েল ডেনিয়েল ফাৰেনহাইটৰ মৃত্যু হৈছিল ।
➡️১৮২১ চনৰ ১৬ ছেপ্টেম্বৰত মেক্সিকোয়ে!-->!-->!-->…
Read More...
Read More...
পূজাৰ বাবে বিশেষ SOPত কি কি নিয়ম?
সমাগত পূজাৰ বাবে বিশেষ SOP ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই
????পূজা কমিতিয়ে জিলা উপায়ুক্তৰ অনুমতি ল'ব লাগিব।????কমিটিৰ সকলো!-->!-->!-->!-->!-->…
Read More...
Read More...
লুইতত সন্ধানহীন ৩ ছাত্ৰ
গোৱালপাৰাৰ কাছাৰীঘাটত ব্ৰক্ষ্মপুত্ৰত সন্ধানহীন ৩ ছাত্ৰ। ব্ৰক্ষ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হয় তিনিও। সন্ধানহীন মুক্তাৰ হুছেইন, নবী!-->…
Read More...
Read More...
সংসদৰ দুই সদনক সাঙুৰি মুকলি সংসদ টিভি
আজি মুকলি হল দেশৰ সংসদ টিভি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰে সংসদ টিভি। প্ৰধানমন্ত্ৰীক সহযোগ কৰে উপ-ৰাষ্ট্ৰপতি ভেংকায়া!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত ০.৭০ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ৪৯৩ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৯ জনৰ। গুৱাহাটী!-->!-->!-->…
Read More...
Read More...
আজি ১৫ ছেপ্টেম্বৰ
➡️ আজি অভিযন্তা দিৱস।
➡️ আজি সঞ্চায়িকা দিৱস।
➡️ ১৮৩০ চনৰ ১৫ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে ৰে’ল যুগৰ আৰম্ভণিৰ কথা ঘোষণা কৰা হৈছিল ।!-->!-->!-->!-->!-->…
Read More...
Read More...
অসমৰ সুস্মিতালৈ দিদিৰ মমতা!
মমতাৰ তৃণমূলত সোমায়েই উচ্চ সদনলৈ অসমৰ সুস্মিতা দেৱ। সদ্য কংগ্ৰেছ ত্যাগী বৰাকৰ সুস্মিতাক ৰাজ্যসভাৰ বাবে মনোনীত কৰিছে তৃণমূল কংগ্ৰেছে।মমতা!-->…
Read More...
Read More...