Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Assam
মীৰাবাইক ফুলৰ থোপাৰে অভিনন্দন শচীনৰ
ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰক অলিম্পিকত জিনি অহা পদক দেখুওৱালে মীৰাবাঈ চানুৱে।মণিপুৰৰ লৌহকণ্যা ভাৰত্তোলক মীৰাবাঈক ফুলৰ থোপাৰে অভিনন্দন!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত ০.৮১ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ৯২৯ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ১৬ জনৰ। গুৱাহাটী!-->!-->!-->…
Read More...
Read More...
আজি ১১ আগষ্ট
➡️ ১৩৪৭ চনৰ আজিৰ দিনটোতে আলাউদ্দিন হাছানে বাহমনি সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।
➡️ ১৮৫৮ চনৰ ১১ আগষ্টত বিশিষ্ট চিকিৎসা-বিজ্ঞানী খ্ৰীষ্টিয়ান!-->!-->!-->…
Read More...
Read More...
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আন এক বৃহৎ সফলতা
ব্যুৰ' ৰিপৰ্ট, এন ই ভাৰত
তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিংকুপানী সংৰক্ষিত বনাঞ্চলত অসম ৰাইফলছ আৰু তিনিচুকীয়া আৰক্ষীৰ!-->!-->!-->…
Read More...
Read More...
স্বৰ্ণক স্মৰণীয় কৰাৰ প্ৰয়াস
এতিয়াৰে পৰা নীৰজ চোপ্ৰাই অলিম্পিকত স্বৰ্ণ জয় কৰা ৭ আগষ্টৰ দিনটো দেশজুৰি উদযাপন কৰা হ'ব "জেভেলিন থ্ৰো দিৱস" হিচাপে। টকিঅ' অলিম্পিক-২০২০ ত!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত ০.৮০ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১,১২০ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ১৭ জনৰ। গুৱাহাটী!-->!-->!-->…
Read More...
Read More...
আজি ১০ আগষ্ট
➡️ ১৮৬০ চনৰ আজিৰ দিনটোতে হিন্দুস্তানী সংগীতত নৱযুগৰ সূচনা কৰোঁতা বিষ্ণু নাৰায়ণ ভাটখাণ্ডেৰ জন্ম হৈছিল ।
➡️ ইংৰাজ পদাৰ্থ-বিজ্ঞানী আৰ্নেষ্ট!-->!-->!-->…
Read More...
Read More...
হোৱাটছ এপত পাব টীকাকৰণৰ প্ৰমাণ পত্ৰ
এতিয়াৰে পৰা হোৱাটছএপযোগে লাভ কৰিব ক'ভিড টীকাকৰণৰ প্ৰমানপত্ৰ। মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰতে লাভ কৰিব এই প্ৰমাণপত্ৰ। কেন্দ্ৰীয় স্বাস্থ্য!-->…
Read More...
Read More...
কাইলৈৰ পৰা সকলো জিলাতে ১১ ঘণ্টা কাৰ্ফিউ
প্ৰকাশ পালে নতুন SOP। বঙাইগাঁৱত সংবাদমেল যোগে স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই প্ৰকাশ কৰে নতুন SOP। নতুন SOP অনুসৰি পূৰ্বৰ দৰে বন্ধ থাকিব!-->!-->!-->…
Read More...
Read More...
১৫ আগষ্টলৈ কি কাৰ্যসূচী লাভলীনাৰ?
অলিম্পিকৰ পদক লৈ আজি স্বদেশলৈ উভতিব অসম গৌৰৱ লাভলীনা বৰগোহাঁই। আজি বিয়লি ৫ বজাত নতুন দিল্লীত উপস্থিত হ'ব লগা লাভলীনাক আদৰিবলৈ দেশৰ!-->…
Read More...
Read More...