Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Assam
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত ১.০৫ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১,১৭৯ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২০ জনৰ। গুৱাহাটী!-->!-->!-->…
Read More...
Read More...
আজি ৩১ জুলাই
➡️ ১৮৮০ চনৰ ৩১ জুলাইত ভাৰতীয় সাহিত্যিক মুন্সী প্ৰেমচান্দৰ জন্ম হৈছিল।
➡️ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা এলেন অক্টোভিয়ান হিউমৰ জন্ম!-->!-->!-->!-->!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত ১.০১ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১,২৯৯ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২০ জনৰ। গুৱাহাটী!-->!-->!-->…
Read More...
Read More...
বহু প্ৰত্যাশিত পদক নিশ্চিত কৰিলে লাভলীনাই
স্পৰ্টছ ডেস্ক-
ইতিহাস সৃষ্টিৰে টকিঅ' অলিম্পিকত পদক নিশ্চিত কৰিলে অসম গৌৰৱ লাভলীনা বৰগোহাঁয়ে।কোৱাৰ্টাৰ ফাইনেলত চাইনীজ টাইপেইৰ শক্তিশালী!-->!-->!-->…
Read More...
Read More...
আজি ৩০ জুলাই
➡️ ১৯৭৩ চনৰ ৩০ জুলাইত মহীশূৰৰ নাম সলনি কৰি নতুন নাম কৰ্ণাটক দিয়া হৈছিল।
➡️ বীৰাপ্পানৰ দ্বাৰা প্ৰসিদ্ধ কানাড়া অভিনেতা ৰাজকুমাৰক অপহৰণ কৰা!-->!-->!-->…
Read More...
Read More...
ডঃ অনিমা গুহৰ দেহাৱসান
ব্যুৰ' ৰিপ'ৰ্ট, এন ই ভাৰত-
বৰেণ্য সাহিত্যিক, সমাজসেৱিকা,শিক্ষাব্ৰতী ডঃ অনিমা গুহৰ দেহাৱসান। মহানগৰীৰ আৰ্য্য হস্পাটালত আজি বিয়লি ৩:২০!-->!-->!-->…
Read More...
Read More...
টকিঅ’ত থমকিল মেৰীকম
স্পৰ্টছ ডেস্ক-
টকিঅ' অলিম্পিকৰ পৰা বিদায় এম চি মেৰীকমৰ। প্ৰতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত দেশৰ গৌৰৱ উত্তৰ-পূৱৰ লৌহকণ্যা!-->!-->!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত ১.১৪ লৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১,২৭৬জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২১ জনৰ। গুৱাহাটী!-->!-->!-->…
Read More...
Read More...
আজি ২৯ জুলাই
➡️১৫০৬ চনৰ ২৯ জুলাইত পৃথিৱীৰ প্ৰথম গোলক (globe) নিৰ্মাতা জাৰ্মানীৰ মাৰ্টিন বেহাইমৰ মৃত্যু হৈছিল।
➡️ চিত্ৰশিল্পী ভিনচেন্ট ভেন গঘে!-->!-->!-->…
Read More...
Read More...
দিছপুৰত আজিৰ কেবিনেটৰ মূল সিদ্ধান্ত
আজিৰ কেবিনেটৰ সিদ্ধান্ত সমূহ-
▪️অসমৰ আৰক্ষীৰ সামগ্ৰিক ব্যৱস্থাক শক্তিশালী কৰাৰ কাৰণে আজিৰ কেবিনেটে ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া!-->!-->!-->…
Read More...
Read More...