Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Assam
ক’ভিড আপডেট
নিউজ ডেস্ক, এন ই ভাৰত-
ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কভিড সংক্ৰমণ। এদিনত কৰ'নাত আক্ৰান্ত হৈছে ২,৪৭৯ জন। ২৪ ঘণ্টাত কৰ'নাত মৃত্যু ঘটিছে ৩০ জনৰ।!-->!-->!-->…
Read More...
Read More...
আজি ১ জুলাই..
????আজি চিকিৎসক দিৱস আৰু কানাডা দিৱস।????আজি ছোমালিয়াৰ জাতীয় দিৱসৰ লগতে ৰুৱাণ্ডাৰ স্বাধীনতা দিৱস।????১৯৪৮ চনৰ আজিৰ দিনটোতেই গুৱাহাটী আৰু!-->…
Read More...
Read More...
আজিৰ কেবিনেটৰ ৫ টা মূল সিদ্ধান্ত কি কি?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত আজিৰ কেবিনেটৰ ৫ টা মুল সিদ্ধান্ত-
????অসম আৰক্ষীৰ সশস্ত্ৰ বেটেলিয়ানৰ উপপৰিদৰ্শকৰ!-->!-->!-->…
Read More...
Read More...
‘ধিং এক্সপ্ৰেছ’ৰ স্বপ্নভংগ !
স্পৰ্টছ ব্যুৰ' এন ই ভাৰত-
পূৰণ নহ'ল ধিং এক্সপ্ৰেছ হিমা দাসৰ অলিম্পিক যাত্ৰাৰ সপোন। টকিঅ’ অলিম্পিকৰ সপোন চূৰমাৰ হিমা দাসৰ৷ আঘাতৰ বাবেই!-->!-->!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক, এন ই ভাৰত-
ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক'ৰণা সংক্ৰমণ। বিগত ২৪ ঘন্টাত ৰাজ্যত আক্ৰান্ত হৈছে ২,৬৭২ গৰাকী আৰু মৃত্যু ২৭ গৰাকীৰ। মুঠ!-->!-->!-->…
Read More...
Read More...
আজি ৩০ জুন
➡️ আজি কংগোৰ জাতীয় দিৱস।
➡️ ২০০০ চনৰ আজিৰ দিনটোতেই কবি নীলমণি ফুকনলৈ ভাৰতীয় ভাষা পৰিষদৰ বঁটা আগবঢ়োৱা হৈছিল।
➡️ ১৯২২ চনৰ আজিৰ দিনটোতেই!-->!-->!-->!-->!-->…
Read More...
Read More...
ব্যৱহাৰৰ পূৰ্বে জানি লওক চিলিণ্ডাৰটোৰ বিষয়ে
সাধাৰণতে LPG চিলিণ্ডাৰৰ ওপৰভাগত কিছুমান সংখ্যা আৰু বৰ্ণ লিখা থাকে। এই বৰ্ণ বা সংখ্যাবোৰে LPG চিলিণ্ডাৰটোৰ ব্যৱহাৰৰ সময়সীমা সূচায়। আমি!-->…
Read More...
Read More...
প্ৰেমিকৰ প্ৰতাৰণাৰ দৃষ্টান্তমূলক প্ৰত্যুত্তৰ!
স্পেচিয়েল ডেস্ক, এন ই ভাৰত-
এসময়ত আইচক্ৰীম আৰু নেমুপানী বিক্ৰী কৰা মহিলাগৰাকী আজি আৰক্ষীৰ উপপৰিদৰ্শক। ৩১ বছৰীয়া মহিলাগৰাকীৰ নাম এনী!-->!-->!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক, এন ই ভাৰত
ৰাজ্যত ২.০১ শতাংশলৈ নামিল সংক্রমণৰ হাৰ। এদিনত কৰ'নাত আক্ৰান্ত হৈছে ২,৬৮৯ জন। ২৪ ঘণ্টাত কৰ'নাত মৃত্যু ঘটিছে ৪২ জনৰ।!-->!-->!-->…
Read More...
Read More...
বগলীৰ পাছত এইবাৰ কাণ্ডজ্ঞানহীনতাৰ চিকাৰ এজাক কুকুৰ!
ব্যুৰ' ৰিপ'ৰ্ট, এন ই ভাৰত
টংলা পৌৰ সভাৰ নিৰ্মম সিদ্ধান্তৰ বলি হৈ শ-শ বগলী নিধনৰ চাঞ্চল্য অব্যাহত থকাৰ মাজতে এইবাৰ আৰক্ষীৰ!-->!-->!-->…
Read More...
Read More...