Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Assam
আজি ১০ নৱেম্বৰ
➡ ১৪৮৩ চনৰ আজিৰ দিনটোতে সংস্কাৰবাদী আন্দোলনৰ নেতা, ধৰ্মীয় সংস্কাৰক মাৰ্টিন লুথাৰৰ জন্ম হৈছিল।
➡ ১৬৯৭ চনৰ ১০ নৱেম্বৰত ইংৰাজী চিত্ৰশিল্পী!-->!-->!-->…
Read More...
Read More...
এইবাৰ লিডুত আৰক্ষীৰ এনকাউন্টাৰ!
ব্যুৰ' ৰিপৰ্ট-
তিনিচুকীয়াৰ মাৰ্ঘেৰিটাৰ লিডুত আৰক্ষীৰ গুলিচালনা।ৰাহুল দাস নামৰ এটি শিশুৰ হত্যাকাৰী বিক্ৰম দাসলৈ গুলিচালনা আৰক্ষীৰ।আৰক্ষীৰ!-->!-->!-->…
Read More...
Read More...
তামিলনাডুত প্ৰকৃতিৰ কোপদৃষ্টি
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰে চেন্নাইৰ লগতে তামিলনাডুৰ কেইবাটাও অঞ্চলত প্ৰৱল বৃষ্টিপাতৰ আগজাননী দিছে। বতৰ বিজ্ঞান বিভাগৰ বুলেটিন মতে,!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত অব্যাহত আছে ক'ভিডৰ গণসংক্ৰমণ ।সোমবাৰৰ দিনটোত ক'ভিডত আক্ৰান্ত হৈছে ২৮০ গৰাকী লোক । বিগত ২৪ ঘন্টাত ৩ গৰাকী আক্ৰান্তৰ!-->!-->!-->…
Read More...
Read More...
আজি ৯ নৱেম্বৰ
➡ ১৮৭৭ চনৰ আজিৰ দিনটোতে খ্যাতনামা উৰ্দু কবি, দাৰ্শনিক আৰু শিক্ষাবিদ ছাৰ মহম্মদ ইকবালৰ জন্ম হৈছিল । মুছলমানসকলৰ বাবে সুকীয়া ৰাষ্ট্ৰ গঠনৰ!-->…
Read More...
Read More...
গুৱাহাটীৰ অভিজাত বিদ্যালয়ত ক’ভিডৰ আতংক
NPS ইন্টাৰনেচনেল স্কুলৰ ১৬ ছাত্ৰ-ছাত্ৰী ক'ভিড পজিটিভ।দুদিনত ১৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ।দৈনিক ১০০ ছাত্ৰ-ছাত্ৰীৰ কৰা!-->…
Read More...
Read More...
বৰঝাৰৰ পৰা পুনৰ উৰিব আন্তঃৰাষ্ট্ৰীয় বিমান
অসম তথা উত্তৰ-পূৱ ভাৰতৰ বিদেশ ভ্ৰমণকাৰীসকলৰ বাবে সুখৱৰ। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ (এল জি বি আই) পৰা!-->…
Read More...
Read More...
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ পদ্মভূষণ
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈলৈ ৰাজহুৱা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে মৰণোত্তৰ ভাবে আগবঢ়োৱা হৈছে দেশৰ দ্বিতীয় সৰ্বোচ্চ!-->…
Read More...
Read More...
সতীৰ্থই গুলীয়াই হত্যা কৰিলে ৪ সহকৰ্মীক
নেচনেল ডেস্ক-
ছত্তীশগড় চিআৰপিএফৰ শিবিৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ছত্তীশগড়ৰ শিবিৰত গুলীচালনাত ৪ জন চিআৰপিএফ জোৱান নিহত।এজন আৰক্ষী!-->!-->!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত কিছু হ্ৰাস পাইছে ক’ভিডৰ সংক্ৰমণ। দেওবাৰৰ দিনটোত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ১৩৭ গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত!-->!-->!-->…
Read More...
Read More...