Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Assam
অক্টোবৰ মাহত আজি গৰমৰ অভিলেখ!
অক্টোবৰ মাহতো গৰমে অভিলেখ ৰচিলে গুৱাহাটীত। আজিৰ দিনটোত গুৱাহাটীৰ সৰ্বোচ্চ তাপমান ৩৬.৯ ডিগ্ৰী চেলচিয়াচ। যি উষ্ণতা অক্টোবৰ মাহত বিগত ১০ বছৰৰ!-->…
Read More...
Read More...
শিৱসাগৰত সপ্তমীৰ নিশা কিহৰ গোন্ধ?
সপ্তমীৰ নিশা শিৱসাগৰত আতংকময় পৰিবেশ। অচিনাকি গোন্ধে ছানি ধৰে সমগ্ৰ অঞ্চল । মইদুল ইছলাম সেঁতুৰ কাষত ৰাসায়নিক পদাৰ্থৰ গোন্ধ পৰিলক্ষিত হয় ।!-->…
Read More...
Read More...
পূজাৰ মাজতে হাতীৰ আতংক
নুমলীগড়ত তীব্ৰতৰ হাতী মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত জনাঞ্চলত বৃহৎ বন্য হস্তীৰ জাক। দঁতাল বন্য হস্তীৰ চোচাৰ দৃশ্য বন্দী কেমেৰাত। যাঠি জোং!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত ০.৭৮ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২২৬ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৩ জনৰ। গুৱাহাটী!-->!-->!-->…
Read More...
Read More...
আজি ১৩ অক্টোবৰ
➡️ আজি দূৰ্গা পূজাৰ মহা অষ্টমী তিথি।
➡️ ১৯১১ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ তাৰকা অশোক কুমাৰৰ জন্ম হৈছিল ।
➡️ ১৯১১ চনৰ ১৩ অক্টোবৰত!-->!-->!-->!-->!-->…
Read More...
Read More...
কামলৈ বুলি গৈ নিৰুদ্দেশ হুগ্ৰাজুলীৰ ৰামু
শিৱসাগৰ জিলাৰ অৰুণাচল সীমান্তৰ নগাহাটত যোৱা ১১ ছেপ্টেম্বৰত চাৰিজন লোকৰ সৈতে কৰ্মসুত্ৰে ওলাই যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে শোণিতপুৰ জিলাৰ!-->…
Read More...
Read More...
শাৰদীয় বতৰত এটা সুখবৰ!
শাৰদীয় উৎসৱৰ বতৰত সুখবৰ! শিশু,কিশোৰ-কিশোৰীক ক'ভাক্সিন প্ৰতিষেধক প্ৰদানত অনুমোদন। ২ৰ পৰা ১৮ বছৰ বয়সৰ শিশু,কিশোৰ-কিশোৰীয়ে ল'ব পাৰিব দেশত!-->…
Read More...
Read More...
কাৰাৰুদ্ধ ৰাজকন্যাক আকৌ গ্ৰেপ্তাৰ কিয়?
দুৰ্যোগে লগ এৰা নাই উদণ্ড মডেল ৰাজকন্যা বৰুৱাক। কাৰাৰুদ্ধ ৰাজকন্যাক পুনৰ গ্ৰেপ্তাৰ পুৰনি গোচৰত। ২০১৭ চনতো ৰাজকন্যাই সংঘটিত কৰা অনুৰূপ এক!-->…
Read More...
Read More...
ব্যাহত নহয় বিদ্যুৎ যোগানঃAPDCL
APDCLৰ শক্তিৰ নাটনি সন্দৰ্ভত টুইট। পৰ্যাপ্ত শক্তি মজুত আছে APDCLৰ।গ্ৰাহকক ব্যাঘাত বিহিন ভাবে বিদ্যুৎ যোগান ধৰিবলৈ দায়বদ্ধ APDCL!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত অব্যাহত আছে কোভিডৰ সংক্ৰমণ। বিগত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত হৈছে ২৭০ গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ১০৪ গৰাকী!-->!-->!-->…
Read More...
Read More...