Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Assam
আজি ১২ অক্টোবৰ
➡️ আজি দূৰ্গা পূজাৰ সপ্তমী তিথি।
➡️ ১৯৫৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৰাজহুৱা খণ্ডৰ শিল্পী প্ৰতিষ্ঠান ভিলাই ইস্পাট কাৰখানাত প্ৰথম ইস্পাট উৎপাদন!-->!-->!-->…
Read More...
Read More...
বছৰৰ প্ৰথম তুষাৰপাত
লাডাখ আৰু জম্মু কাশ্মীৰত বছৰৰ প্ৰথমটো তুষাৰপাত আৰম্ভ । কেন্দ্ৰীয় শাসিত দুই অঞ্চলতে নিম্নগামী হৈছে পাৰা স্তম্ভ । উচ্চতাত থকা পৰ্বতীয়া!-->…
Read More...
Read More...
কাশ্মীৰত দুই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক হত্যা
কাশ্মীৰত সুৰক্ষা বাহিনীৰ হাতত নিহত দুই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। দুটা পৃথক অভিযানত নিহত হ'ল দুই সন্ত্ৰাসবাদী।
আৰক্ষীৰ সুত্ৰ মতে, বান্দিপোৰাৰ!-->!-->!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত অব্যাহত আছে ক'ভিডৰ সংক্ৰমণ। বিগত ২৪ ঘন্টাত ক'ভিডত আক্ৰান্ত হৈছে ১৬০ গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ৬০ গৰাকী!-->!-->!-->…
Read More...
Read More...
আজি ১১ অক্টোবৰ
➡️ আজি দূৰ্গা পূজাৰ ষষ্ঠী তিথি ।
➡️ ১৭৩৭ চনৰ আজিৰ দিনটোতে কলকাতাত প্ৰবল ভূমিকম্পৰ ফলত প্ৰায় তিনি লাখ লোকৰ মৃত্যু হৈছিল।
➡️ ১৮৮৯ চনৰ ১১!-->!-->!-->!-->!-->…
Read More...
Read More...
অৱশেষত গ্ৰেপ্তাৰ ডাঃ নৱনীল বৰুৱাক
শেষ ৰক্ষা ন'হল ডাঃ নৱনীল বৰুৱাৰ।উদণ্ড মডেল ৰাজকণ্যা বৰুৱাক ৰক্ষণাবেক্ষণ দিয়াৰ অপৰাধত অৱশেষত গ্ৰেপ্তাৰ হ'ল GNRCৰ জ্যেষ্ঠ চিকিৎসক জন।তিনি!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত ক‘ভিড পৰিস্থিতিৰ উন্নতি ঘটিলেও সংক্ৰমণ এতিয়াও অব্যাহত আছে। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ২৭৩গৰাকী লোক। ৫!-->!-->!-->…
Read More...
Read More...
আজি ১০ অক্টোবৰ
➡️ ১৭৩১ চনৰ আজিৰ দিনটোতে ইংৰাজ বিজ্ঞানী হেনৰী কেভেণ্ডিছৰ জন্ম হৈছিল ।
➡️ ১৮৮৫ চনৰ ১০ অক্টোবৰত আমেৰিকান কবি এজৰা পাউণ্ডৰ জন্ম হৈছিল ।
➡️!-->!-->!-->!-->!-->…
Read More...
Read More...
‘চুপাৰ ডেন্সাৰ’ৰ চুড়ান্ত বিজয়ী অসমৰ ফ্লৰিনা
ৰাষ্ট্ৰীয় স্তৰত আকৌ জিলিকিল অসম কণ্যা।ছনী টিভিৰ 'চুপাৰ ডেন্সাৰ চেপ্টাৰ ৪' ত চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিলে অসমৰ যোৰহাটৰ কনমানি!-->…
Read More...
Read More...
অৱশেষত গ্ৰেপ্তাৰ লখিমপুৰ কাণ্ডৰ মূল অভিযুক্ত
অৱশেষত গ্ৰেপ্তাৰ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰক।উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত ৩ অক্টোবৰত সংঘটিত হিংসাত্মক ঘটনাৰ!-->…
Read More...
Read More...