Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
World
জাপানৰ আকানে য়ামাগুচিক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ পি ভি সিন্ধুৰ
পি ভি সিন্ধুৱে জাপানৰ আকানে য়ামাগুচিক পৰাস্ত কৰি বেডমিণ্টন মহিলা একক প্ৰতিযোগিতাৰ ছেমি ফাইনেলত নিজৰ স্থান দখল কৰে।২০১৬ চনৰ ৰিঅ' অলিম্পিকত!-->…
Read More...
Read More...
বহু প্ৰত্যাশিত পদক নিশ্চিত কৰিলে লাভলীনাই
স্পৰ্টছ ডেস্ক-
ইতিহাস সৃষ্টিৰে টকিঅ' অলিম্পিকত পদক নিশ্চিত কৰিলে অসম গৌৰৱ লাভলীনা বৰগোহাঁয়ে।কোৱাৰ্টাৰ ফাইনেলত চাইনীজ টাইপেইৰ শক্তিশালী!-->!-->!-->…
Read More...
Read More...
আজি ৩০ জুলাই
➡️ ১৯৭৩ চনৰ ৩০ জুলাইত মহীশূৰৰ নাম সলনি কৰি নতুন নাম কৰ্ণাটক দিয়া হৈছিল।
➡️ বীৰাপ্পানৰ দ্বাৰা প্ৰসিদ্ধ কানাড়া অভিনেতা ৰাজকুমাৰক অপহৰণ কৰা!-->!-->!-->…
Read More...
Read More...
টকিঅ’ত থমকিল মেৰীকম
স্পৰ্টছ ডেস্ক-
টকিঅ' অলিম্পিকৰ পৰা বিদায় এম চি মেৰীকমৰ। প্ৰতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত দেশৰ গৌৰৱ উত্তৰ-পূৱৰ লৌহকণ্যা!-->!-->!-->…
Read More...
Read More...
কোৱাৰ্টাৰ ফাইনেলত বক্সাৰ সতীশ কুমাৰ
স্পৰ্টছ ডেস্ক-
টকিঅ' অলিম্পিকত ভাৰতীয় বক্সাৰ সতিশ কুমাৰৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ৯১ কেজি চুপাৰ হেভীৱেট শাখাত ভাৰতীয় বক্সাৰজনে জামাইকাৰ!-->!-->!-->…
Read More...
Read More...
অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত পি ভি সিন্ধু
স্পৰ্টছ ডেস্ক-
ভাৰতৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৰ টকিঅ' অলিম্পিকৰ মহিলাৰ ছিংগলছত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। পি ভি সিন্ধুৱে মহিলাৰ ছিংগলছ!-->!-->!-->…
Read More...
Read More...
অলিম্পিকত বিজয় অক্ষুন্ন দেশৰ পুৰুষ হকী দলৰ
স্পৰ্টছ ডেস্ক, এন ই ভাৰত
অলিম্পিক গেমছত ভাৰতীয় পুৰুষ হকী দলৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ভাৰতীয় পুৰুষ হকী দলে বৃহস্পতিবাৰে অনুষ্ঠিত পুল!-->!-->!-->…
Read More...
Read More...
আজি ২৯ জুলাই
➡️১৫০৬ চনৰ ২৯ জুলাইত পৃথিৱীৰ প্ৰথম গোলক (globe) নিৰ্মাতা জাৰ্মানীৰ মাৰ্টিন বেহাইমৰ মৃত্যু হৈছিল।
➡️ চিত্ৰশিল্পী ভিনচেন্ট ভেন গঘে!-->!-->!-->…
Read More...
Read More...
আজি ২৮ জুলাই
➡️ ১৭৫০ চনৰ ২৮ জুলাইত ইউৰোপৰ বিশিষ্ট সংগীতশিল্পী যোহান ছেৱাষ্টিন বাখৰৰ মৃত্যু হৈছিল ।
➡️ পেৰুৱে স্বাধীনতা লাভ কৰিছিল ১৮২১ চনৰ আজিৰ!-->!-->!-->…
Read More...
Read More...
অলিম্পিকত হাৰিয়েই লাভ কৰিলে বিয়াৰ প্ৰস্তাৱ!
স্পৰ্টছ ডেস্ক-
অলিম্পিকৰ পৰা বিদায় লোৱাৰ সময়ছোৱাই নিঃসন্দেহে প্ৰতিগৰাকী অলিম্পিয়ানৰ জীৱনৰ আটাইতকৈ দুখৰ সময়। ফেন্সিং খেলুৱৈ মাৰিয়া ৱেলেন!-->!-->!-->…
Read More...
Read More...