CSKৰ দখলত IPLৰ খিতাপ

IPLঅত চূড়ান্ত খিতাপ অৰ্জন মাহীৰ দলৰ।কলকাতা নাইট ৰাইডাৰ্ছক ২৭ ৰানত পৰাস্ত কৰিলে ধোনীৰ নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছে। ফাইনেলত প্ৰথমে বেট ধৰি ২০ অ’ভাৰত ৩ টা উইকেট হেৰুৱাই CSKই সংগ্ৰহ কৰা ১৯২ ৰানৰ প্ৰত্যুত্তৰত নিৰ্ধাৰিত অ’ভাৰত ৯ টা উইকেট হেৰুৱাই ১৬৫ ৰানহে কৰিবলৈ সক্ষম হয় ইয়ন মৰ্গান নেতৃত্বাধীন কলকাতা নাইট ৰাইডাৰ্ছে।।

You might also like
Leave A Reply

Your email address will not be published.