OC সকলৰ সন্মিলনত CMৰ গুৰুত্বপূৰ্ণ ঘোষণা সমূহ

????দুবছৰৰ মূৰে মূৰে থানাৰ ভাৰপাপ্ত বিষয়া সকলৰ কৰ্মস্থলীৰ সাল-সলনি
????প্ৰতিখন থানাৰ বাবে এখনকৈ গাড়ী, চৰ অঞ্চল তথা গাড়ী চলাচলত অসুবিধা থকা অঞ্চলৰ থানাৰ বাবে মটৰচাইকেল
????উৎস গোটোৱাৰ বাবে থানাসমূহলৈ নিৰ্দিষ্ট পৰিমাণৰ পুঁজি
????থানা পৰিচালনাৰ বাবে বছৰি ২.৫ লাখ টকা
????প্ৰতিখন থানালৈ ৩ টা কম্পিউটাৰ, ১ টা জেনেৰেটৰ
????অতিৰিক্ত ভূমি থকা থানা চৌহদত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু ৩ জন উপ- আৰক্ষী বিষয়াৰ বাবে আৱাস নিৰ্মাণ
????দুৰ্ঘটনাজনিত মৃত্যুৰ ক্ষেত্ৰত ২৪ ঘণ্টাৰ ভিতৰত দুৰ্ঘটনাগ্ৰস্তৰ ঘৰলৈ গৈ ৰিপ’ৰ্ট প্ৰদান
????পোষ্ট মৰ্টেমৰ ৰিপ’ৰ্ট ১৫ দিনৰ ভিতৰত প্ৰদান
????ছমাহৰ ভিতৰত অমীমাংসিত গোচৰসমূহৰ চাৰ্জশ্বীট দাখিল
????ছমাহৰ ভিতৰত নাৰী নিৰ্যাতন, হত্যা, ড্ৰাগছ আদিৰ গোচৰৰ চাৰ্জশ্বীট দাখিল
????সকলো প্ৰমাণীকৃত গোচৰৰ দ্ৰুত নিষ্পত্তি
????চাকৰি, পাছপ’ৰ্ট আদিৰ বাবে আৰক্ষীৰ প্ৰমাণিকৰণ ৭ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব
????আই জি, চি আই ডিক গোচৰসমূহ দ্ৰুতভাৱে নিষ্পত্তি কৰাৰ বাবে সমগ্ৰ দেশৰ অন্যান্য ফৰেনছিক পৰীক্ষাগাৰৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ
????সকলো অঞ্চলতে সম্পূৰ্ণৰূপে গৰুৰ চোৰাং বেহা মষিমূৰ
????সমীপৰ চিকিৎসালয়ত থানাৰ কনিষ্টবলসকলৰ প্ৰতি ১৫ দিনৰ অন্তৰালত স্বাস্থ্য পৰীক্ষা

(প্ৰতি ৬ মাহৰ মূৰে মূৰে অনুষ্ঠিত হ’ব OC সকলৰে CMৰ সন্মিলন)

You might also like
Leave A Reply

Your email address will not be published.