অসমলৈ গৌৰৱ কঢ়িয়ালে শামিম শেখে

লং জাম্পত প্ৰথম স্থান অধিকাৰ শামিমৰ

অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে শামিম শেখে। নেপালত অনুষ্ঠিত নেপাল আন্তঃৰাষ্ট্ৰীয় এথলেটিক চেম্পিয়নশ্বিপ ২০২৪ত লং জাম্পত ২৮ ফুট ৩ ইঞ্চি জাম্প কৰি প্ৰথম স্থান অধিকাৰ কৰি গোল্ড মেডেল লাভ কৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সাদুল্ল্যাবাৰীৰ শামিম শেখে। শুক্ৰবাৰে অনুষ্ঠিত এই জাম্পত গোল্ড মেডেল লাভ কৰিবলৈ সক্ষম হয় অসম সন্তানগৰাকীয়ে। মানকাচৰৰ সাদুল্ল্যাবাৰীৰ চান্দমিঞাৰ দ্বিতীয় সুযোগ্য সন্তান শামিম শেখ।

You might also like
Leave A Reply

Your email address will not be published.