আজি ১৮ অক্টোবৰ

১৮৭১ আধুনিক কম্পিউটাৰৰ জনক চাৰ্লছ বেবেজৰ মৃত্যু।

১৮ অক্টোবৰ

১৮৭১ আধুনিক কম্পিউটাৰৰ জনক চাৰ্লছ বেবেজৰ মৃত্যু।

 

১৯৩১ মার্কিন বিজ্ঞানী টমাছ আলভা এডিছনৰ মৃত্যু।

 

১৯৫১ নতুন দিল্লীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৫৭তম বার্ষিক অধিৱেশন আৰম্ভ। দুদিনীয়া এই অধিৱেশনত সভাপতিত্ব কৰে জৱাহৰলাল নেহৰুৱে।

 

১৯৬৭ বিশ্বৰ প্ৰথমটো মহাকাশ টেলিস্কোপৰ উৎক্ষেপণ। ১৯৯৫ উত্তৰ প্ৰদেশত ৰাষ্ট্ৰপতিৰ শাসন জাৰি, বিধানসভা ভংগ।

 

১৯৯৮ ইণ্টাৰনেটৰ অন্যতম বাটকটীয়া জোনাথন পোষ্টেলৰ ৫৫ বছৰ বয়সত মৃত্যু।

 

১৯৯৯ লোকসভাৰ বিৰোধী দলৰ নেত্ৰী ৰূপে ছোনিয়া গান্ধী নির্বাচিত।

 

২০০১ ভাৰতীয় কণ্ঠশিল্পী আশা ভোঁছলেলৈ ২০০০ চনৰ দাদা চাহেব ফাল্কে বঁটা ঘোষণা।

 

২০০১ এনথ্রাক্সৰ ভয়ত মার্কিন সংসদ বন্ধ।

 

২০০২ শচীন তেণ্ডুলকাৰ বিশ্ব ক্রিকেটত ২০,০০০ ৰান সম্পূৰ্ণ কৰা প্ৰথমগৰাকী খেলুৱৈ ৰূপে পৰিগণিত।

২০০৪ তামিলনাডুৰ স্পেচিয়েল টাস্ক ফ’ৰ্চৰ হাতত চন্দন কাঠৰ কুখ্যাত চোৰাং ব্যৱসায়ী বীৰাপ্পানৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.