আজি ৩১ জুলাই

১৯৭০চনত  নটসূৰ্য্য ফণী শৰ্মাৰ মৃত্যু

১৬৫৮ চনত ঔৰংজেব মোগল সম্ৰাট ।

 

১৮৮০ চনত ভাৰতীয় সাহিত্যিক মুন্সী প্ৰেমচান্দৰ জন্ম ।

 

১৯১২ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা এলেন অক্টোভিয়ান হিউমৰ জন্ম ।

 

১৯৩৩ চনত পুণেৰ পৰা মহাত্মা গান্ধীৰ ‘হৰিজন’ পত্ৰিকাৰ প্ৰথম প্ৰকাশ । (১ ফেব্ৰুৱাৰী) এই বছৰৰ পৰাই মহাত্মা গান্ধীৰ পৰামৰ্শ মতে সবৰমতী আশ্ৰমক ‘হৰিজন আশ্ৰম’ৰূপে নামকৰণ কৰা হয় । মহাত্মা গান্ধীৰ সবৰমতী আশ্ৰম ত্যাগ । (মাজনিশা, ৩১ জুলাই) ।

 

১৯৪৭ চনত অভিনেত্ৰী মমতাজৰ জন্ম।

 

১৯৭০চনত  নটসূৰ্য্য ফণী শৰ্মাৰ মৃত্যু ।

 

১৯৮০ চনত হিন্দী ছবিৰ যশস্ৱী নেপথ্য গায়ক মহম্মদ ৰফিৰ মৃত্য়ু ।

 

১৯৯৮ চনত লোকসভাৰ প্ৰচাৰ ভাৰতী আইন গ্ৰহণ ।

 

২০০৪ চনত  তুলসী দাসক ২০০৪ চনৰ নাট্যাচাৰ্য বঁটা প্ৰদান ।

 

২০০৪ চনত অসমৰ অন্যতম চিনেমাটোগ্ৰাফাৰ, পৰিচালক অজান বৰুৱাৰ মৃত্যু ।

 

You might also like
Leave A Reply

Your email address will not be published.