আজি ১৯ জুলাই

আজি ১৯ জুলাই

➡️১২৯৬. আলাউদ্দিন খিলিজীৰ দিল্লীৰ সিংহাসন অধিকাৰ।
➡️১৮৯৯ বাংলা সাহিত্যৰ যশস্বী লেখক বলাইচান্দ মুখোপাধ্যায়ৰ (‘বনফুল’ নামে খ্যাত) জন্ম।
➡️১৯১৮ ভাৰতত সন্ত্রাসবাদী কাৰ্যকলাপ দমনৰ উপায় অৱলম্বনৰ অর্থে ন্যায়াধীশ এছ এ টি ৰাওলাটৰ অধ্যক্ষতাত গঠিত ৰাওলাট সমিতিৰ প্ৰতিবেদন দাখিল।
➡️১৯৫২ ফিনলেণ্ডৰ ৰাজধানী হেলছিংকিত পঞ্চদশ অলিম্পিক ক্রীড়া সমাৰোহ আৰম্ভ। এই সমাৰোহ ৩ আগষ্টলৈকে চলে। ১৯৬৯ ভাৰতৰ ১৪টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ।
➡️১৯৭০ ব্ৰিটিছ সৈন্যৰ হাতত কটোৱাৰ যুদ্ধত বংগৰ নবাব মীৰকাছিম পৰাজিত।
➡️১৯৮০ ৰাছিয়াৰ ৰাজধানী মস্কোেত দ্বাবিংশতম অলিম্পিক ক্রীড়া সমাৰোহ। এই সমাৰোহ ৩ আগষ্টলৈকে চলে।
➡️১৯৯৬ আমেৰিকাৰ আল্লাণ্টাত ষষ্ঠবিংশতম অলিম্পিক ক্রীড়া সমাৰোহ। এই সমাৰোহ ৪ আগষ্টলৈকে চলে। আল্লাণ্টা অলিম্পিকতে ভাৰতৰ লিয়েণ্ডাৰ পেজে লাভ কৰে টেনিছৰ ব্ৰঞ্জৰ পদক।
➡️২০০১ ইউৰোপৰ সৰ্ববৃহৎ আগ্নেয়গিৰি মাউন্ট এটনাৰ উদ্গিৰণ।
➡️২০০১ আদালতক ভুল পথে পৰিচালনা কৰাৰ অপৰাধত ঔপন্যাসিক জেফ্রি আৰ্ছাৰক চাৰি বছৰৰ কাৰাদণ্ড, ২,৪৫,০০০ ডলাৰ জৰিমনা।
➡️২০০২ গুজৰাটৰ মুখ্য মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদত্যাগ, বিধানসভা ভংগ।
➡️১৯৭৩ সমৰ-কলাবিদ ব্ৰব্ৰুছ লীৰ মৃত্যু। জিট-কানে-ডো শৈলীৰ সমৰ-কলাৰ উদ্ভাৱক ক্ৰছ লীক কুৰি শতিকাৰ এগৰাকী প্ৰভাৱশালী সমৰ-কলাবিদ ৰূপে আখ্যা দিয়া হয়। মৃত্যুৰ সঠিক কাৰণ জনা নাযায়।

You might also like
Leave A Reply

Your email address will not be published.