অচিৰেই গুৱাহাটীৰ পৰা চলিব ‘বন্দে ভাৰত এক্সপ্ৰেছ’!

নিউজ ডেস্কঃ

ত্তৰ-পূব ৰেলযাত্ৰীসকলৰ বাবে সুখবৰ৷ শীঘ্ৰেই গুৱাহাটীৰ পৰা চলিব ‘বন্দে ভাৰত এক্সপ্ৰেছ’৷
জানিব পৰা মতে গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত চলিব এই ৰে’লখন। অত্যাধুনিক সা-সুবিধাৰে পৰিপূৰ্ণ এই ৰে’লখন বৰ্তমান নিউ জলপাইগুৰিলৈ অনা হৈছে। ‘বন্দে ইণ্ডিয়া এক্সপ্ৰেছ’খন নিউ জলপাইনগুৰি ৰে’ল ষ্টেচনত ৰখা হৈছে। এই বিশেষ ৰে’লখন সপ্তাহত প্ৰায় ৬ দিন চলিব। উজনিমুৱা ৰে’লখনৰ নম্বৰ হ’ব ২২২২৭, আৰু নামনিমুৱা ৰে’লখনৰ নম্বৰ হ’ব ২২২২৮৷
তথ্য অনুসৰি মাত্ৰ ৬ ঘণ্টাৰ ভিতৰতে ৰে’লখনে ৪১০ কিলোমিটাৰ যাত্ৰা সম্পূৰ্ণ কৰিব পাৰিব।৷

You might also like
Leave A Reply

Your email address will not be published.