অৰুণাচল প্ৰদেশত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় সেনাৰ এখন এডভান্সড লাইট হেলিকপ্টাৰ । জানিব পৰা মতে আপাৰ ছিয়াং জিলাৰ টুটিঙৰ মুখ্য কাৰ্যালয়ৰ পৰা ২৫ কিলোমিটাৰ দূৰত্বত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। ইতিমধ্যে উদ্ধাৰকাৰীৰ এটা দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে।।
