ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি।
পুৱা ৮:৪৫ বজাত অনুভূত এই জোকাৰণি।
ৰিখটাৰ স্কেলত ৫.২ প্ৰাবল্যৰ আছিল ভূমিকম্পৰ জোকাৰণি।
আজিৰ ভূমিকম্পৰ অভিকেন্দ্ৰ মেঘালয়ৰ তুৰা।
এই পৰ্যন্ত ভূমিকম্পৰ ফলত কোনো ক্ষয় ক্ষতিৰ বাতৰি অহা নাই।
Recover your password.
A password will be e-mailed to you.
ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি।
পুৱা ৮:৪৫ বজাত অনুভূত এই জোকাৰণি।
ৰিখটাৰ স্কেলত ৫.২ প্ৰাবল্যৰ আছিল ভূমিকম্পৰ জোকাৰণি।
আজিৰ ভূমিকম্পৰ অভিকেন্দ্ৰ মেঘালয়ৰ তুৰা।
এই পৰ্যন্ত ভূমিকম্পৰ ফলত কোনো ক্ষয় ক্ষতিৰ বাতৰি অহা নাই।
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post