আজি ১১ নৱেম্বৰ

▶️১৮৮১ চনৰ আজিৰ দিনটোতেই ৰাছিয়াৰ সাহিত্যিক ডষ্টয়েভস্কিৰ জন্ম হৈছিল।
▶️১৮৬৬ চনৰ এই দিনটোতেই কেশৱ সেনৰ নেতৃত্বত কলকাতাত আদি ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা।
▶️১৯১৮ চনৰ আজিৰ দিনটোতেই চৰকাৰীভাৱে প্ৰথম মহাসমৰৰ সামৰণি। এই যুদ্ধত মিত্ৰপক্ষই(ৰাছিয়া-ব্ৰিটেইন-ফ্ৰান্স,যি ছাৰ্বিয়াক সমৰ্থন কৰিছিল)জয়লাভ কৰে।অষ্ট্ৰিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা হয় আৰু জাৰ্মানীয়ে পৰাজয় স্বীকাৰ কৰে।
▶️১৯১৯ চনৰ আজিৰ দিনটোতেই মুম্বাই চহৰত কেন্দ্ৰীয় খিলাফৎ কমিটি গঠন হৈছিল।
▶️১৯২৩ চনৰ এই দিনটোতেই হিটলাৰক গ্ৰেপ্তাৰ কৰা হৈছিল।
▶️১৯৫৪ চনৰ এই দিনটোতেই ভাৰতীয় চলচ্চিত্ৰৰ প্ৰসিদ্ধ অভিনেত্ৰী ৰেখাৰ জন্ম হৈছিল। বৰ্তমানলৈকে ১৮০ খনৰো অধিক ছবিত অভিনয় কৰা ৰেখাই বলিউডত সফলতাৰে ৪০ বছৰ অতিক্ৰম কৰিছে।
▶️১৯৬৬ চনৰ আজিৰ দিনটোতেই সাহিত্যিক ডিম্বেশ্বৰ নেওগৰ মৃত্যু হৈছিল।
▶️১৯৬৮ চনৰ আজিৰ দিনটোতেই মালদ্বীপ গণতন্ত্ৰত পৰিনত হৈছিল।
▶️১৯৭০ চনৰ এই দিনটোতেই মহেন্দ্ৰ মোহন চৌধুৰী অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। ১৯৭২ চনৰ ৩০ জানুৱাৰী পৰ্যন্ত তেওঁ মুখ্যমন্ত্ৰীৰ পদত কাৰ্যনিৰ্বাহ কৰে।
▶️১৯৭৩ চনৰ এই দিনটোতেই নতুন দিল্লীত প্ৰথম আন্তঃৰাষ্ট্ৰীয় ডাকটিকট প্ৰদৰ্শনী মুকলি কৰা হৈছিল।
▶️১৯৭৫ চনৰ এই দিনটোতেই এংগোলা পৰ্তুগীজ শাসনৰ পৰা মুক্ত হৈছিল।
▶️১৯৮১ চনৰ এই দিনটোতেই সাহিত্যিক ৰমা দাশৰ মৃত্যু হৈছিল।
▶️১৯৯৫ চনৰ আজিৰ দিনটোতেই কমনৱেলথৰ পৰা নাইজেৰিয়াক বহিস্কাৰ কৰা হৈছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই বিল গেটচৰ ভাৰতলৈ আগমন।
▶️২০০২ চনৰ এই দিনটোতেই জম্মু-কাশ্মীৰৰ পৰা বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্য সভালৈ ফাৰুক আব্দুল্লা আৰু গোলাম নবী আজাদ নিৰ্বাচিত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.