আজি ১৪ অক্টোবৰ

▶️আজি বিশ্ব মান দিৱস।
▶️১২৪০ চনৰ আজিৰ দিনটোতেই ভাৰতীয় প্ৰথম মহিলা মুছলমান শাসক ৰেজিয়া চুলতানাৰ মৃত্যু হৈছিল।
▶️১৯২৪ চনৰ ১৪ অক্টোবৰত জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল।
▶️১৯২৯ চনত আজিৰ দিনটোতেই ভাস্কৰ্য শিল্পী শোভা ব্ৰহ্মৰ জন্ম হৈছিল।
▶️১৯৮০ চনৰ আজিৰ দিনটোতেই শ্ৰীলংকাত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল।
▶️১৯৮১ চনৰ আজিৰ দিনটোতেই ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ জন্ম হৈছিল।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই ভাৰতীয় অৰ্থনীতিবিদ অমৰ্ত্য সেনলৈ অৰ্থনীতিৰ ন’বেল বঁটা ঘোষণা কৰা হৈছিল।
▶️২০০১ চনৰ ১৪ অক্টোবৰত আফগানিস্তানত মাৰ্কিন আক্ৰমণৰ পৰিনতিত নাইজেৰিয়াত হোৱা গোষ্ঠী সংঘৰ্ষত প্ৰায় ২০০ লোকৰ মৃত্যুৰ লগতে অসংখ্য মছজিদ,গীৰ্জা ধ্বংস হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.