আজি ১৪ অক্টোবৰ

▶️আজি বিশ্ব মান দিৱস।
▶️১২৪০ চনৰ এই দিনটোতেই ভাৰতীয় প্ৰথম মহিলা মুছলমান শাসক ৰেজীয়া চুলতানাৰ মৃত্যু।
▶️১৯২৪ চনৰ আজিৰ দিনটোতেই সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল।
▶️১৯২৯ চনৰ এই দিনটোতেই ভাস্কৰ্যশিল্পী শোভা ব্ৰহ্মৰ জন্ম হৈছিল।
▶️১৯৮০ চনৰ আজিৰ দিনটোতেই শ্ৰীলংকাত জৰুৰী অৱস্থা ঘোষণা।
▶️১৯৮১ চনৰ এই দিনটোতেই ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ জন্ম।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই ভাৰতীয় অৰ্থনীতিবিদ অমৰ্ত্য সেনলৈ অৰ্থনীতিৰ নোবেল বঁটা।
▶️২০০১ চনৰ আজিৰ দিনটোতেই আফগানিস্তানত মাৰ্কিন আক্ৰমণৰ পৰিণতিত নাইজেৰিয়াত হোৱা গোষ্ঠী সংঘৰ্ষত প্ৰায় ২০০ লোকৰ মৃত্যু।অসংখ্য মছজিদ, গীৰ্জা ধ্বংস।।

You might also like
Leave A Reply

Your email address will not be published.