▶️আজি আন্তৰ্জাতিক পৰিয়াল দিৱস।
▶️১৮৫৯ চনৰ আজিৰ দিনটোতেই বিজ্ঞানী পীয়েৰ কুৰীৰ জন্ম হৈছিল।
▶️১৮৭৩ চনৰ আজিৰ দিনটোতেই ইষ্ট ইণ্ডিয়া কোম্পানী ভংগৰ সিদ্ধান্ত।
▶️১৯১৪ চনৰ আজিৰ দিনটোতেই এভাৰেষ্ট জয়ী পৰ্বতাৰোহী টেনজিং নৰ্গেৰ জন্ম হৈছিল।
▶️১৯৯৬ চনৰ আজিৰ দিনটোতেই প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে অসমত অসম গণ পৰিষদ দলৰ চৰকাৰ গঠন। ২০০১ চনৰ ১৭ মে’লৈকে প্ৰফুল্ল কুমাৰ মহন্তই মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।।
