▶️১৯১৮ চনৰ আজিৰ দিনটোতেই দক্ষিণ আফ্ৰিকাৰ বৰ্ণবিদ্বেষ সংগ্ৰামৰ নেতা নেলছন মাণ্ডেলাৰ জন্ম হৈছিল।
▶️১৯২৫ চনৰ এই দিনটোতেই আডলফ হিটলাৰৰ আত্মজীৱনী ‘মাইন কাম্ফ’ৰ প্ৰথম প্ৰকাশ।
▶️১৯৪৭ চনৰ আজিৰ দিনটোতেই ভাৰতৰ স্বাধীনতা আইনত ইংলেণ্ডৰ ৰজাৰ সন্মতি দান।
▶️১৯৪৮ চনৰ এই দিনটোতেই ভাৰতীয় প্ৰশাসনিক সেৱা আৰু ভাৰতীয় আৰক্ষী সেৱাত মহিলাৰ বাবে নিযুক্তি মুকলি।
▶️১৯৫৫ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ লছ এঞ্জেলছত ৱাল্ট ডিজনীৰ প্ৰমোদ উদ্যান ‘ডিজনীলেণ্ড’ মুকলি।
▶️১৯৮০ চনৰ এই দিনটোতেই ভাৰতত ৰঙীন টেলিভিছনৰ সম্প্ৰচাৰ আৰম্ভ। চেন্নাইৰ পৰা সম্প্ৰচাৰ কৰা এই অনুষ্ঠান একে সময়তে দিল্লী দূৰদৰ্শনেও সম্প্ৰচাৰ কৰিছিল।
▶️১৯৮০ চনৰ এই দিনটোতেই ভাৰতত নিৰ্মিত প্ৰথম উপগ্ৰহ উৎক্ষেপণ যান SLV-3ৰ দ্বিতীয় পৰীক্ষামূলক সফল উৎক্ষেপণ। SLV-3য়ে ‘ৰোহিণী’ নামৰ ৩৫ কিলোগ্ৰাম ওজনৰ এটা উপগ্ৰহ কক্ষপথত স্থাপন কৰে।’ৰোহিণী’য়ে পৃথিৱীৰ পৰা ২৮৫ কিলোমিটাৰ উচ্চতাৰ এক উপপথত প্ৰতিঘন্টাত ২৮ হেজাৰ কিলোমিটাৰ বেগেৰে পৰিভ্ৰমণ কৰিবলৈ লয়।’ৰোহিণী’ক ভাৰতৰ শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হৈছিল।
▶️১৯৮২ চনৰ আজিৰ দিনটোতেই ভাৰতৰ চলচ্চিত্ৰ অভিনেত্ৰী,মিছ ৱৰ্ল্ড (২০০০) প্ৰিয়ংকা চোপ্ৰাৰ জন্ম হৈছিল।
▶️১৯৮৩ চনৰ আজিৰ দিনটোতেই বিহাৰত ৩ হেজাৰ চিকিৎসকৰ গণছুটী।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই বিশিষ্ট ইংৰাজ লেখিকা জেনী অষ্টেনৰ মৃত্যু।
▶️২০০২ চনৰ আজিৰ দিনটোতেই ডঃ এপিজে আব্দুল কালাম ভাৰতৰ দ্বাদশগৰাকী ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৮ জুলাই
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like