আজি ১৮ নৱেম্বৰ

➡️আজি স্থলসেনা দিৱস
➡️১৭২৭ জয়পুৰ চহৰ প্ৰতিষ্ঠা। বংগৰ বিদ্যাধৰ চক্ৰৱৰ্তী আছিল এই চহৰৰ প্ৰধান স্থপতি।
➡️১৯৬২ ডেনমাৰ্কৰ পদাৰ্থ-বিজ্ঞানী নীল্ছ ব’ৰৰ মৃত্যু।
➡️১৯৬৭ কবি-সাহিত্যিক ৰঘুনাথ চৌধাৰীৰ মৃত্যু।
➡️১৯৭২ বাঘক ভাৰতৰ ৰাষ্ট্ৰীয় পশুৰূপে স্বীকৃতি প্ৰদান। ইয়াৰ আগতে ভাৰতৰ ৰাষ্ট্ৰীয় পশু আছিল সিংহ।
➡️২০০১ পঞ্জাৱৰ লুধিয়ানাত ৩১তম ৰাষ্ট্ৰিয় ক্ৰীড়া সমাৰোহ আৰম্ভ।
➡️১৯৪১ খ্যাতনামা জাৰ্মান বিজ্ঞানী ৱাল্টাৰ হেৰমান নাৰ্নষ্টৰ মৃত্যু। ১৯২০ চনত তেওঁ ৰসায়ন-বিজ্ঞানত নোবেল বঁটা লাভ কৰে।
➡️১৯৪৮ বিহাৰৰ পাটনাৰ কাষত গংগাত নাও ডুবি ৫০০ যাত্ৰীৰ সলিল সমাধি।
➡️১৯৭২ অসমৰ সংগীতশিল্পী জুবিন গাৰ্গৰ জন্ম।
➡️১৯৮৮ তিনিদিনীয়া ভাৰত ভ্ৰমণৰ কাৰ্যসূচী লৈ মিখাইল গৰ্ভাচেভ দিল্লীত উপস্থিত।
➡️২০০৩ আমেৰিকাৰ হাষ্টনত অনুষ্ঠিত মাষ্টাৰ্ছ কাপ টেনিছত ৰ’জাৰ ফেডাৰাৰ বিজয়ী।

You might also like
Leave A Reply

Your email address will not be published.