আজি ২৩ নৱেম্বৰ

➡️১৯১১ শিক্ষাবিদ, সাহিত্যিক তীৰ্থনাথ শৰ্মাৰ জন্ম
➡️১৯২৬ ধৰ্মগুৰু শ্ৰীসত্যসাই বাবাৰ জন্ম
➡️১৯৩৭ ভাৰতীয় বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৰ মৃত্যু
➡️১৯৮২ সাহিত্যিক সীতানাথ ব্ৰক্ষ্মচৌধুৰীৰ মৃত্যু
➡️১৯৯০ দিল্লীত কমনৱেলথ শীৰ্ষ সন্মিলন আৰম্ভ। কমনৱেলথ এয়াই ভাৰতৰ প্ৰথম সন্মিলন।
➡️১৯৯১ গীত শেঠীৰ বিশ্ব অপেছাদাৰী বিলিয়াৰ্ড প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ অৰ্জন
➡️১৯৯১ দক্ষিণ-পূব এছিয়াৰ দেশ কাম্পুচিয়াৰ নাম সলনি। নতুন নাম কম্বোডিয়া।
➡️১৯৯৭ ভাৰতৰ ৰেডিঅ’ আৰু টেলিভিছন সেৱা ক্ৰমে আকাশবাণী আৰু দূৰদৰ্শনক একেলগ কৰি ‘প্ৰসাৰ ভাৰতী’ নামৰ এক সুকীয়া স্বতন্ত্ৰ নিগম গঠন।
➡️১৯৯৭ ‘মিছ ইণ্ডিয়া’ ডায়েনা হেডেনৰ ‘মিছ ৱৰ্ল্ড’ খিতাপ লাভ
➡️১৯৯৭ সদৌ অসম ঠেঙাল কছাৰী ছাত্ৰ সন্থা গঠন। প্ৰতিষ্ঠাপক সভাপতি অজিত বৰুৱা, সম্পাদক মহেন্দ্ৰ শইকীয়া।
➡️১৯৯৯ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ মিলেনিয়াম ৰাষ্ট্ৰীয় বঁটা ঘোষণা।
➡️২০০৩ কেন্দ্ৰীয় মন্ত্ৰী তথা বি এম কে দলৰ নেতা মুৰাছʼলি মৰাণৰ মৃত্যু। তৰুণ গগৈৰ স্মৃতি দিৱস

You might also like
Leave A Reply

Your email address will not be published.