আজি ২৫ আগষ্ট

▶️১৩৪৬ চনৰ আজিৰ দিনটোতেই ক্ৰেচিৰ যুদ্ধ। ইংলেণ্ডৰ হাতত ফ্ৰান্সৰ পৰাজয়।
▶️১৭৬৫ চনৰ এই দিনটোতেই ইংলেণ্ডত কুখ্যাত ‘ষ্টাম্প এক্ট’ৰ প্ৰচলন। ইয়াৰ প্ৰতিবাদত দেশজুৰি বিদ্ৰোহৰ সূচনা।
▶️১৮১৯ চনৰ আজিৰ দিনটোতেই আধুনিক ভাপ ইঞ্জিনৰ আৱিষ্কাৰক জেমছ ৱাটৰ মৃত্যু।
▶️১৮৬৭ চনৰ আজিৰ দিনটোতেই ইংৰাজ বিজ্ঞানী মাইকেল ফেৰাডেৰ মৃত্যু।
▶️১৮৮৮ চনৰ আজিৰ দিনটোতেই কলকাতাত অসমীয়া ভাষা উন্নতি সাধিনী সভা,চমুকৈ অ.ভা.উ.সা সভা গঠন।
▶️১৯০৫ চনৰ আজিৰ দিনটোতেই ফৰাচী পদাৰ্থবিদ, তেজষ্ক্ৰিয় ৰশ্মিৰ আৱিষ্কাৰক এন্টোইন হেনৰী বেকাৰেলৰ মৃত্যু।
▶️১৯০৫ চনৰ আজিৰ দিনটোতেই ভাৰতীয় হকীৰ কিংবদন্তি ধ্যানচাঁদৰ জন্ম হৈছিল।
▶️১৯৪৩ চনৰ এই দিনটোতেই নেতাজী সুভাষ চন্দ্ৰ বসু আজাদ হিন্দ ফৌজৰ সৰ্বাধিনায়ক পদত অধিষ্ঠিত হৈছিল।
▶️১৯৬০ চনৰ এই দিনটোতেই ৰোমত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই মুম্বাইত বোমা বিস্ফোৰণত ৪৪ লোকৰ প্ৰাণহানি।
▶️১৯৪২ চনৰ এই দিনটোতেই অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল চৈয়দ মহম্মদ ছাদুল্লা।তেওঁ ১৯৪৬ চনৰ ১১ ফেব্ৰুৱাৰীলৈকে কাৰ্যনিৰ্বাহ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.