আজি ৪ ডিচেম্বৰ

➡️নৌ সেনা দিৱস
➡️১১১২ পাৰস্যৰ (ইৰান) কবি, গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ ওমৰ খৈয়ামৰ মৃত্যু।
➡️১৭৯৫ ইংৰাজ চিন্তাবিদ আৰু সাহিত্যিক টমাছ কাৰ্লাইলৰ জন্ম। ফৰাচী বিপ্লৱৰ বিষয়ে তিনি খণ্ডত বিভক্ত ইতিহাস গ্ৰন্থ ‘ফ্ৰেন্স ৰিভলিউচন’ৰ (১৮৩৭) ৰচিয়তা ৰূপে কাৰ্লাইল বিখ্যাত।
➡️১৮২৯ লৰ্ড বেন্টিংকৰ উদ্যোগত ভাৰতত সতীদাহ প্ৰথা নিষিদ্ধ।
➡️১৯১০ ভাৰতৰ অষ্টম ৰাষ্ট্ৰপতি ৰামস্বামী ভেংকটৰমণৰ জন্ম।
➡️১৯২১ কবি, সাহিত্যিক নলিনীধৰ ভট্টাচাৰ্যৰ জন্ম।
➡️১৯৬৭ প্ৰথম ভাৰতীয় ৰকেট ‘ৰোহিণী’ৰ উৎক্ষেপণ।
➡️১৯৯৬ মঙ্গল গ্ৰহ অভিমুখে মাৰ্কিন মহাকাশযান ‘পাথ ফাইণ্ডাৰ’ৰ উৎক্ষেপণ।
➡️১৯৪৫ মাৰ্কিন জীৱ-বিজ্ঞানী টমাছ হান্ট মৰ্গানৰ মৃত্যু।
➡️১৯৮১ নতুন দিল্লীৰ কুটুবমিনাৰত পদপিষ্ট হৈ ৪৫ জন লোকৰ মৃ্ত্যু।
➡️২০০৪ অসমৰ শিল্পী কিশোৰ কুমাৰ দাসলৈ ললিত-কলা একাডেমী সন্মান।

You might also like
Leave A Reply

Your email address will not be published.