আজি ৪ নৱেম্বৰ

▶️১৯১৪ চনৰ এই দিনটোতেই ৰাছিয়াৰ আৰ্মেনিয়া আক্ৰমণ। ইংলেণ্ড,ৰাছিয়া,ফ্ৰান্স আৰু ছাৰ্বিয়াৰ বিৰুদ্ধে তুৰস্কৰ যুদ্ধ ঘোষণা।
▶️১৯২৫ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা ঋত্বিক ঘটকৰ জন্ম হৈছিল।
▶️১৯৩৬ চনৰ আজিৰ দিনটোতেই ‘মানৱ কম্পিউটাৰ’ নামে খ্যাত শকুন্তলা দেৱীৰ জন্ম হৈছিল।
▶️১৯৫২ চনৰ এই দিনটোতেই কৰিমগঞ্জৰ কালিনগৰ চাহ বাগিচাত কবি সনন্ত তাঁতীৰ জন্ম হৈছিল।
▶️১৯৫৪ চনৰ এই দিনটোতেই দাৰ্জিলিঙত হিমালয়ান মাউন্টেনিয়াৰিং ইন্সটিটিউট প্ৰতিষ্ঠা হৈছিল।
▶️১৯৭০ চনৰ এই দিনটোতেই ভাৰতৰ কথক সম্ৰাট ৰূপে খ্যাত পণ্ডিত শম্ভূ মহাৰাজৰ মৃত্যু হৈছিল।
▶️১৯৯২ চনৰ এই দিনটোতেই বিল ক্লিন্টন আমেৰিকাৰ ৪২ সংখ্যক ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.