আজি ৭ আগষ্ট

▶️১১০৬ চনৰ আজিৰ দিনটোতেই সম্ৰাট চতুৰ্থ হেনৰীৰ মৃত্যু।
▶️১৮৯৯ চনৰ এই দিনটোতেই সাহিত্যিক ডিম্বেশ্বৰ নেওগৰ জন্ম হৈছিল।
▶️১৯৪১ চনৰ আজিৰ দিনটোতেই কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ দেহাৱসান।
▶️২০০৭ চনৰ এই দিনটোতেই শ্যাম বেনেগাললৈ ২০০৫ চনৰ দাদা চাহেব ফাল্কে বঁটা।
▶️২০০৭ চনৰ এই দিনটোতেই অসম চুক্তি স্বাক্ষৰ হোৱাৰে পৰা অসমত ৪২,৪৪৯ গৰাকী অবৈধ বিদেশীক চিনাক্ত কৰা হৈছে বুলি অসম চৰকাৰৰ ঘোষণা।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই শিক্ষা আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত মণ্ডল আয়োগৰ ৪৯.৫ শতাংশ আসন অনুসূচিত জাতি-জনজাতিৰ সংৰক্ষণৰ বাবে প্ৰস্তাৱক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া।
▶️১৮৪৮ চনৰ এই দিনটোতেই ছুইডেনৰ ৰসায়ন বিজ্ঞানী জনছ জেকব বাৰ্জেলিয়াছৰ মৃত্যু।
▶️১৮৭৬ চনৰ আজিৰ দিনটোতেই মহিলা গুপ্তচৰ মাতাহাৰীৰ নেদাৰলেণ্ডছত জন্ম হৈছিল। নিপুণ নৰ্তকী মাতাহাৰীয়ে প্ৰথম মহাসমৰত জাৰ্মানীৰ চোৰাংচোৱা ৰূপে বিশেষ খ্যাতি লাভ কৰিছিল।
▶️১৯৬০ চনৰ এই দিনটোতেই পশ্চিম আফ্ৰিকাৰ দেশ আইভৰী ক’ষ্টৰ স্বাধীনতা লাভ।।

You might also like
Leave A Reply

Your email address will not be published.