????৩১ জুলাইৰ পুৱা ৯ বজাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
????পুৱা ৯ বজাত পৰীক্ষা কেন্দ্ৰসমুহত উপলব্ধ হ’ব পৰীক্ষাৰ ফলাফল
????এইবেলি মুঠ ২,৪৯,৮১২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে পৰীক্ষাত
????বিজ্ঞান শাখাত ৩৮,৪৩০ গৰাকী,কলা শখাত ১,৯১,৮৫৫ গৰাকী আৰু বাণিজ্য শাখাত ১৮,৪৩২ গৰাকী অৱতীৰ্ণ হৈছে পৰীক্ষাত
????বৃত্তিমূলক শাখাত ১০৮১ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে
????৮২০ টা কেন্দ্ৰত ১৪৯৮ খন বিদ্যালয়ৰ ফলাফল ঘোষণা কৰা হ’ব
????ফলাফল সমূহ অনলাইনৰ যোগেও পোৱাৰ ব্যৱস্থা
????মাৰ্কশ্বীটো ডাউনল’ড কৰিব পাৰিব ৱেবছাইটৰ পৰা
????ৰিজাল্টসমূহ উপলব্ধ হ’ব www.assamresult.in
www.NeCareer.com www.ahsec.assam.gov.in
www.assamjobalerts.com www.schools9.com
www.results.shiksha www.indiaresults.com আৰু
www.vidyavision.com ত।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Related Posts
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like