ক’ভিড আপডেট

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ২৫ গৰাকী লোক। আক্ৰান্ত সকলৰ ১৩ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.৬৪ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৬ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৪,২৭২ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ২৭ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.৩৫ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭২ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৪০,৭৫০ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.