ক’ভিড আপডেট

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ২১ গৰাকী লোক। আক্ৰান্ত সকলৰ ৯ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ৪ গৰাকী ডিব্ৰুগড় জিলাৰ, ২ গৰাকী বৰপেটা জিলাৰ, ২ গৰাকী শিৱসাগৰ জিলাৰ আৰু ১ গৰাকী চৰাইদেউ জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.৮৮ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৭ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ২,৭৯৭ গৰাকী । পজিটিভিটিৰ হাৰ ০.০৭ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭৫ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ২৯,২৫১ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.