গুজৰাটৰ সন্ত্ৰাসবিৰোধী দল আৰু ভাৰতীয় উপকূল বাহিনীৰ বৃহৎ সফলতা!

গুজৰাটৰ সন্ত্ৰাসবিৰোধী দল (এ টি এছ) আৰু ভাৰতীয় উপকূল বাহিনীৰ বৃহৎ সফলতা। গুজৰাটৰ পৰা ৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ইণ্টাৰনেশ্যনেল মেৰিটাইম বাউণ্ডেৰী লাইনৰ সমীপত গুজৰাটৰ সন্ত্ৰাসবিৰোধী দল (এ টি এছ) আৰু ভাৰতীয় উপকূল বাহিনীয়ে ৬ জন পাকিস্তানী নগৰিকসহ জব্দ কৰে ‘আল সাকাৰ’ নামৰ এখন পাকিস্তানী নাও । ধৃত পাকিস্তানী নগৰিকৰ পৰা উদ্ধাৰ ৫০ কিলোগ্ৰাম হেৰ’ইন। উদ্ধাৰ কৰা হেৰ’ইনখিনিৰ মূল্য ৩৫০ কোটি টকা । এই কথা সদৰি কৰে গুজৰাটৰ ডিজিপি আশীষ ভাটিয়াই।।

You might also like
Leave A Reply

Your email address will not be published.