কুকুৰৰ ভয়ত তৃতীয় মহলাৰ পৰা জাঁপ ডেলিভাৰী এজেণ্টৰ!

হায়দৰাবাদৰ পঞ্চৱতী কলনীৰ শ্ৰীনিধি হাইটছ এপাৰ্টমেণ্টত সংঘটিত হৈছে এই ঘটনা

নেচনেল ডেস্কঃ

কুকুৰৰ ভয়ত তৃতীয় মহলাৰ পৰা জাঁপ ডেলিভাৰী এজেণ্টৰ! হায়দৰাবাদত চাঞ্চল্যকৰ ঘটনা৷ পোহনীয়া কুকুৰৰ খেদাত তৃতীয় মহলাৰ পৰা জাঁপ দিলে ডেলিভাৰী এজেণ্টে ৷
হায়দৰাবাদৰ পঞ্চৱতী কলনীৰ শ্ৰীনিধি হাইটছ এপাৰ্টমেণ্টত সংঘটিত হৈছে এই ঘটনা৷
দেওবাৰে আবেলি সংঘটিত এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ডেলিভাৰী এজেণ্ট হিচাপে কাৰ্মৰত যুৱকজন।।

You might also like
Leave A Reply

Your email address will not be published.