জম্মু-কাশ্মীৰত সেনা আৰু আৰক্ষীৰ বৃহৎ সফলতা!

নেচনেল ডেস্ক:

ম্মু-কাশ্মীৰত সেনা আৰু আৰক্ষীৰ বৃহৎ সফলতা। উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ ছৈদপোৰা এলেকাত বুধবাৰে নিশা নিৰাপত্তা বাহিনীয়ে গুলীয়াই হত্যা কৰে এটা অনুপ্ৰৱেশকাৰীক। এক গোপন সূত্ৰৰ পম খেদি কুপৱাৰা আৰক্ষীয়ে ভাৰতীয় সেনাৰ সৈতে চলোৱা যুটিয়া অভিযানত ছৈদপোৰা এলেকাত আটক কৰে পাকিস্তানৰ পৰা অহা এটা অনুপ্ৰৱেশকাৰী গোটক। অঞ্চলটোত সেনা- আৰক্ষীৰ অভিযান এতিয়াও অব্যাহত আছে ।।

You might also like
Leave A Reply

Your email address will not be published.