জাপানৰ আকানে য়ামাগুচিক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ পি ভি সিন্ধুৰ

পি ভি সিন্ধুৱে জাপানৰ আকানে য়ামাগুচিক পৰাস্ত কৰি বেডমিণ্টন মহিলা একক প্ৰতিযোগিতাৰ ছেমি ফাইনেলত নিজৰ স্থান দখল কৰে।
২০১৬ চনৰ ৰিঅ’ অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰা ২৬ বছৰীয়া ভাৰতীয় গৰাকীয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰি ৫৬ মিনিটত চতুৰ্থ স্থান প্ৰাপ্ত য়ামাগুচিক ২১-১৩, ২২-২০ ব্যৱধানত পৰাস্ত কৰে।

You might also like
Leave A Reply

Your email address will not be published.