নগাঁৱৰ আদ্ৰিজা বৰাৰ সফলতা!

নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে আদ্ৰিজা বৰাই

নিউজ ডেস্ক :

গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে আদ্ৰিজা বৰাই।গোৱাত অনুষ্ঠিত খেল’ ইণ্ডিয়াৰ ষ্টেট চেন্টাৰ অৱ এক্সিলেঞ্চৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাচনিত উত্তীৰ্ণ হয় আদ্ৰিজা বৰা। এই বাচনিত উত্তীৰ্ণ হোৱা আদ্ৰিজা হৈছে নগাঁৱৰ একমাত্ৰ খেলুৱৈ।নগাঁৱৰ আমোলাপট্টিৰ নিৱাসী সীমান্ত বৰা আৰু ৰিংকু মণি শইকীয়াৰ একমাত্ৰ কন্যা আদ্ৰিজা। টেবুল টেনিচ খেলুৱৈ আদ্ৰিজাই এই বাচনিত উত্তীৰ্ণ হোৱাৰ বাবে ভাৰত চৰকাৰৰ খেল’ ইণ্ডিয়া আঁচনিৰ অধীনত টেবুল টেনিচ খেলৰ অত্যাধুনিক আৰু উন্নত মানৰ প্ৰশিক্ষণ লাভ কৰিব । আদ্ৰিজাৰ সফলতাত গৌৰৱান্বিত নগাঁৱবাসী।।

You might also like
Leave A Reply

Your email address will not be published.