পশ্চিমবংগৰ পূৱ মদিনাপুৰ জিলাত ভয়ংকৰ বিস্ফোৰণ!

নেচনেল ডেস্ক:

পশ্চিমবংগৰ পূৱ মদিনাপুৰ জিলাত ভয়ংকৰ বিস্ফোৰণ। জিলাখনৰ ভূপতি নগৰত সংঘটিত বোমা বিস্ফোৰণত দুজন লোক নিহত হোৱাৰ লগতে আহত আন দুজন। নিহত দুজন তৃণমুল কংগ্ৰেছৰ নেতা। ইয়াৰে এজন TMC ৰ বুথ সভাপতি ৰাজকুমাৰ মান্না। বোমা প্ৰস্তুত কৰি থকাৰ সময়তে বিস্ফোৰণৰ অভিযোগ BJP ৰ।।

You might also like
Leave A Reply

Your email address will not be published.