প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ’ল পুৱ উত্তৰাখণ্ডৰ উত্তৰকাশী!

নেচনেল ডেস্ক:

সোমবাৰে নিশা ১:৫০ বজাত প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ’ল পুৱ উত্তৰাখণ্ডৰ উত্তৰকাশী। ৰিখটাৰ স্কেলত ৩.১ প্ৰাবল্যত সংঘটিত হয় ভূমিকম্পটো। উত্তৰকাশীৰ পৰা ২৪ কিলোমিটাৰ দূৰত্বত, ৫ কিলোমিটাৰ গভীৰতাত সংঘটিত হয় ভূমিকম্পটো।খৱৰটো সদৰি কৰিছে ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই। ভূমিকম্পত কোনো লোক বা সা-সম্পত্তিৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই।।

You might also like
Leave A Reply

Your email address will not be published.