ফিলিপাইনছত ভয়ংকৰ ভূমিকম্প!

ভয়ংকৰ ভূমিকম্পই জোকাৰিলে ফিলিপাইনছ!

ইণ্টাৰনেচনেল ডেস্ক:

 

পুনৰ ভয়ংকৰ ভূমিকম্পই জোকাৰিলে ফিলিপাইনছ। ফিলিপাইনছৰ মাচবাটত সংঘটিত হয় এই ভূমিকম্প। ৰিখটাৰ স্কেল ৬.১ প্ৰাবল্যত সংঘটিত হয় ভূমিকম্পটো ।ভূমিকম্পৰ ফলত তাৎক্ষণিকভাৱে কোনো ক্ষয়-ক্ষতি বা হতাহতৰ খবৰ পোৱা নাই। আনহাতে কোনো চুনামিৰ সতৰ্কবাণীও জাৰি কৰা হোৱা নাই । উল্লেখ্য যে, যোৱা কেইটামান দিন ধৰি সৰু বৰ ভূমিকম্পই জোকাৰি আছে ফিলিপাইনছক।।

You might also like
Leave A Reply

Your email address will not be published.