ভয়ংকৰ ভূমিস্খলনত মৃত্যু ৪ জন লোকৰ!

ভূমিস্খলনত অসমৰ ৪ জন শ্ৰমিকৰ মৃত্যু

নেচনেল ডেস্ক :

অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ।ভূমিস্খলনত অসমৰ ৪ জন শ্ৰমিকৰ মৃত্যু । শুকুৰবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । ৰাজ্যখনৰ উজনি ছিয়াং জিলাৰ ইংকিয়াং- টুটিং ৰোডৰ মচিং গাঁৱত সংঘটিত হয় এই ভয়ংকৰ ভূমিস্খলন।

জানিব পৰা মতে, ভূমিস্খলন হোৱাৰ সময়ত শ্ৰমিকসকলে পথৰ কাষৰ অস্থায়ী কেম্পত শুই আছিল। অঞ্চলটোত বিগত পাঁচ দিন ধৰি নেৰেনেপেৰা বৰষুণ হৈ থকাৰ বাবে টুটিং অঞ্চলৰ বহিঃজগতৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ আছিল । পাঁচদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলতেই ভূমিস্খলনৰ ঘটনা সংঘটিত হয়।

You might also like
Leave A Reply

Your email address will not be published.