ভূমিকম্পই কঁপালে গুৱাহাটীৰ কাষৰীয়া অঞ্চল!

এক মৃদু ভূমিকম্পই কঁপালে গুৱাহাটীৰ কাষৰীয়া অঞ্চল। বৃহস্পতি বাৰে দিনৰ ১২:২৭ বজাত ৰিখটাৰ স্কেল ৩.৫ প্ৰাবল্যত অনুভূত হয় ভূমিকম্পটো। গুৱাহাটীৰ পৰা ৬২ কিলোমিটাৰ উত্তৰ-পূবে, মাটিৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছে ভূমিকম্পটো। খৱৰটো সদৰি কৰে ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই।।

You might also like
Leave A Reply

Your email address will not be published.