আজি ২৯ ডিচেম্বৰ

▶️আজি কবিতাৰ দিন।
▶️১৫৩০ চনৰ আজিৰ দিনটোতেই বাবৰৰ পুত্ৰ হুমায়ুনৰ মোগল ৰাজপাটত আৰোহণ।
▶️১৮৩৪ চনৰ এই দিনটোতেই ইংৰাজ অৰ্থনীতিবিদ টমাছ ৰবাৰ্ট মালথাছৰ মৃত্যু হৈছিল।
▶️১৮৪৫ চনৰ এই দিনটোতেই ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জীৰ জন্ম হৈছিল।
▶️১৮৯৪ চনৰ এই দিনটোতেই প্ৰসিদ্ধ ইংৰাজ মহিলা কবি ক্ৰিষ্টিনা ৰছেটিৰ মৃত্যু হৈছিল।
▶️১৯২৪ চনৰ আজিৰ দিনটোতেই ছুইজাৰলেণ্ডৰ সাহিত্যিক কাৰ্ল স্পিটলাৰৰ মৃত্যু হৈছিল। ১৯১৯ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯২৬ চনৰ আজিৰ দিনটোতেই কবি-সাহিত্যিক নৱকান্ত বৰুৱাৰ জন্ম হৈছিল।
▶️১৯৭২ চনৰ এই দিনটোতেই কলকাতাত ভাৰতৰ প্ৰথম মাটিৰ তলেদি যোৱা ৰে’লপথ(মেট্ৰো ৰে’ল)ৰ নিৰ্মাণ আৰম্ভ হৈছিল।
▶️২০০০ চনৰ এই দিনটোতেই বিশিষ্ট সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়ালৈ প্ৰকাশন পৰিষদৰ বঁটা ঘোষণা।
▶️২০০০ চনৰ আজিৰ দিনটোতেই ভূপেন হাজৰিকালৈ লতা মংগেশকাৰ বঁটা ঘোষণা।।

You might also like
Leave A Reply

Your email address will not be published.